doordoorkeeper

door guard (English) [ IPA: ˈdɔr ˈgɑrd ASM: ডৰ গাৰ্ড]
Contributed by: Biraj Kumar Kakati on 2008-04-11
1. (Common Noun-Common &/or Masculine) A person in charge of a gate, usually to identify, count, supervise, etc., the traffic or flow through it. কোনো ডাঙৰ ঘৰ বা অনুষ্ঠান আদিৰ দুৱাৰৰ সুৰক্ষাত থকা ব্যক্তিবিশেষ | সাধাৰণতে মানুহ হিচাব আৰু চিনাক্ত কৰা অথবা আহ-যাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰখীয়া হিচাবে নিযুক্ত কৰা হয় |